পৃষ্ঠা:মা দুৰ্গা.pdf/১১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

- - - - ॐ মা দুৰ্গা ॐॐ ॐ ॐ মা দুৰ্গা ওঁ নাৰায়ণং নমস্কৃত্য নৰঞ্চৈব নৰোত্তসম। দেৱী সৰস্বতীঞ্চৈব ততো জয় মুদীৰয়েৎ॥ যদযোগিভি ভব ভয়াৰ্ত্তি বিনাশ যোগ্য মাসাদ্য বন্দিত সতীব বিৰক্তচিত্তৈঃ। তদ্বঃ পুনাতু হৰিপাদ সৰোজ যুগ্মমাবিৰ্ভবৎ ক্ৰমবিলাঙ্ঘিত ভূৰ্ভবঃ স্বঃ॥ পায়াৎ স বঃ সকল কল্মাস ভেদদক্ষঃ ক্ষীৰোদ কুক্ষি ফনিভোগনিবিষ্ট মুৰ্ত্তিঃ। শ্বাসা বধুত সলিলোৎ কনিকা কৰালঃ সিন্ধুঃ প্ৰনৃত্যমিব যস্য কৰোতি সঙ্গাৎ॥ তপঃ স্বাধ্যয়নিৰৰতং মাৰ্কণ্ডেয় মহামুনিম ব্যাসশিষ্যো মহাতেজা জৈমিনিঃ পৰ্য্য পৃচ্ছতঃ॥ জন্ম, মৃত্যু, প্ৰভৃতি যাৱতীয় ভয় বিনাশক বুলি প্ৰশান্ত চেতা হযোগিগণ সত্যই যাৰ বন্দনা কৰি থাকে৷ (দৈত্যাধিপতি বলি ৰাজ্যৰ ছলনাৰ সময়ে) তৎক্ষণাৎ আবিৰ্ভূত হৈ যাৰ দ্বাৰা যথাক্ৰমে স্বৰ্গ, মৰ্ত্ত, ওপাতাল আক্ৰান্ত হৈছিল, ভগৱান নাৰায়ণৰ সেই পাদপদ্ম যুগল তোমাৰ পবিত্ৰতা বিধান কৰক। যিয়ে ক্ষীৰ সাগৰৰ কুক্ষিক মধ্যে বিৰাজিত অনন্ত দেৱৰ ফনানিকৰে দেহত সংস্থাপন কৰি যোগনিদ্ৰা অৱলম্বন কৰে। যাৰ সংসৰ্গে ভাৰাক্ৰান্ত অনন্ত নাগৰ নিশ্বাস মাৰুত সংক্ষুভিত হৈ কৰাল মূৰ্ত্তি ধাৰণ পূৰ্বক সাতোপে। নৃত্য কৰি থাকে আৰু স্মৰণ মাত্ৰ দূৰিত ৰাশি বিনাশিশত হয়, তেওঁ তোমালোকক ৰক্ষা কৰক। নাৰায়ণ নৰ, নৰোত্তম আৰু দেৱী সৰস্বতীক 544