পৃষ্ঠা:মালিতা.pdf/৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৵৹

ওচৰত আমি চিৰ কৃতজ্ঞ থাকিলো; আৰু “দৰ্পণ প্ৰেছৰ” আমাৰ সহোদৰ তুল্য শ্ৰীমান বৰদা নাথ ফুকনেও এই পুথিখনিৰ লগত অনেক পৰিশ্ৰম কৰিছিলে, সেই বুলি এই খিনিতে তেওঁৰো সলাগ ল’লো। ইতি।


ভদৰি বৰবৰুৱাৰ আলি,
যোৰহাট।
২৮।৮।১৪।

শ্ৰীহিতেশ্বৰ বৰবৰুৱা।