জ্বলা নাই চাকি কোঠাই কোঠাই আমাৰ প্ৰাণ-পিতৃৰ ৰক্তবৰ্ণ দানৱ ৰূপ চাবলৈ। থাকিবনে ক’ৰবাত তোমাৰ পো-পোৱালি? বুকুত হাঁহাকাৰৰ গজাল পুতি পুতি বৈ যায় নিৰবধি কাল।