ৰং আৰু ৰূপ, পঢ়াশলীয়া পুথিৰ কথাবোৰেই পাহৰি যায় কবিয়ে বিলাসৰ বিছনাত শুইবহি লিখা শব্দৰ শৰীৰ হয় বৰ আউললগা নিশকটীয়া যেন কবিতাৰ নেৰানেপেৰা অসুখ এতিয়া।