গোটমৰা বগা পানীৰ বিস্তাৰিত আয়তনে ফালে ক’লা গ্ৰেনাইটৰ কলিজা বিশাল ক’লা অতীত ভৱিষ্যক বলাৎকাৰ কৰে ক্ষন্তেকীয়া বগা বৰ্তমানে। সেয়ে ক’লাৰ কুটুম মই বেঁকাকৈ ক’ব পাৰি আন্ধাৰৰো।