য-খাৰ এচুঙাও লৈ ফুৰে কান্ধৰ জোলোঙাত তেওঁ। সেমেকা বাটটোৰ মূৰত মেলা দুৱাৰেৰে পঁজাটো ৰৈ আছে কোন কাহানিবাই ওলাই যোৱা কবিজন আজিও ওভতি অহা নাই।