ৰাগৰ কৰুণ বিস্তাৰণ। চকুৰ মণিত তোৰ ৰমণৰ মুগ্ধ পখিলা স্ফীত স্বৰযন্ত্ৰত মাথোঁ ভোমোৰাৰ গুঞ্জন। গাই থাক গাই থাক ৰাতি নোপুওৱালৈকে।