বাক্হীন
কিহৰনো দুখ তোৰ অবোধ গানত আলাপৰ অপলাপ তোৰ বেসুৰা তানত অন্নৰ শব্দৰ বৰ্ণৰ নে আন কিহবাৰ। টোকাৰিৰ ঢিলা তাঁৰত অবিৰাম বুলন বাক্হীন বৰাগী অফুট কণ্ঠত তোৰ