বহু জটিল প্ৰশ্নৰ উত্তৰ তেতিয়া লাহি পাখিৰ পখিলা এটাই উৰি আহি গুণগুণোৱা নাছিল নেকি কাণে কাণে ‘জীৱন জীৱন বৰ অনুপম’ বুকুখন থওঁ ক’ত শিলনিত ক’ত থওঁ এতিয়া?