নিজান জাৰণিতে থ’ব কবি বাঁহীটি লুকুৱাই সৰাপাতৰ নাচোনৰ চেও গজিল ভৰিত হাতত দেহত জিল্মিল্ৰ ভু ল’বলৈ দেৱ পেহা দেশান্তৰী হ’ল। ★
★ সমনীয়া জিল্মিল্ শৈশৱতে পানীত বুৰি ঢুকাল।