ঠোঁটৰ পৰা টুপকৈ সৰিল গুটি এটি কোৰোকীয়া পুখুৰীৰ নিথৰ পানীত উঠা এখুদ ঢৌটোৱে বিশাল কায় ধৰি বুৱালে ৰ’দে ডকা পথাৰ আমাৰ ঘাম হৈ তেজ হৈ চ’ৰাঘৰ বৰঘৰত সোমালহি তাই।