প্ৰখৰ মেধা আৰু সম্ভাৱনাৰে উজ্জ্বল এটি জীৱনৰ অধিকাৰী হৈ এইখন পৃথিবীলৈ আহিছিল যদিও বিধাতাৰ বিচাৰত যি একোকেই নেপালে সেইজন মোৰ ভাই ৺সুশীল কুমাৰ শৰ্মাৰ স্মৃতিত শোকাৰ্ত্ত প্ৰাণৰ অশ্ৰু অঞ্জলি ৰূপে পুথিখনি উছৰ্গা কৰা হ’ল।