15 2) ভা 00 ☑☑ ভা চ ফ চ ফ চ ফ চ- 00 00 00 00 00 00 00 00 00 মহৰী খুৱাবলৈহে পুৰুষাৰ্থ কৰিছিল। পিছে, দুখীয়াৰ সহায় ঈশ্বৰ নহয়— কোনো মতে কাণে কাণ মাৰি সাৰিলোঁ। চাহাবটোও আকা, বৰ গোবান্ধ, তুমি সাৱধান হৈ থাকিবা। কুলীৰে কেতিয়াও দন্দ-হাই নকৰিবা। আপোন ভালে জগত ভাল। লোকে হাজাৰো কুচুট-কপট কৰক, নিজে ভালকৈ ফুৰিলে ক’তো বিপদ নাই। ইংৰাজী জানা নে? (চিঠি এডোখৰ দেখুৱাই) চোৱাচোন কি লিখিছে? (চিঠিখন চাই) এইচ্-এ-এম্ হেম্, এম্-ই-আৰ্-মাৰ-হেমাৰ-হাতুৰী এটা খুজিছে। তুমিনো কি দিলা? আখৰবোৰ দেখোন কিবাখন, মই পঢ়িবকে নোৱাৰিলোঁ। চকীদাৰটোক সুধিলোঁ, চাহাবনো ক'ত আছে, কি কৰিছে। সি ক'লে, মিস্ত্ৰিখানাত মিস্ত্ৰিবোৰে কাম কৰা চাই আছে। তাকে ভাবি উমানতে কৰত এখন দি পঠিয়াইছোঁ। তুমি উমানতে কৰতখন পঠিয়াই ভাল কাম কৰা নাই আকা। যদিহে তাৰ খং উঠে, তেন্তে খাব। (ভিতৰত হুৰহুৰণি আৰু চাহাবৰ মাত শুনি) সেইয়া চাহাবৰ মাত যেন শুনিছোঁ। কিবা জগৰহে লগালা। মই যাওঁ দেও। (মিনাৰাম লৰ মাৰি গুচি গ'ল (ভয়ত তত্ নাইকিয়া হৈ) ভৈয়াই ঐ! পালেহিয়েই, জগৰহে লগালোঁ হ’বলা! কি কৰোঁ, কলৈ যাওঁ, চাবিকোছানো ক'ত থৈ যাওঁ, আপিছখননো কাক গতাওঁ, আকৌ বা কি জগৰ লাগে! (পলাব খোজাত কাপোৰখন জোঁট-মোট লগাত) এহ্ এইখন আকৌ! (কাপোৰ পেলাই লৰ মাৰিলে (গৈ ইফালে-সিফালে চাই, মনে মনে) বাবু কাহাঁ গিয়া? (ওলাই, খঙেৰে চকীদাৰক) ইউ ফুল্! মহৰী বাবু কট আছে? হজুৰ! কহনে নাহি চেক্তা, ভাগগিয়া হোগা। চুৱাৰ্কে বাচ্ছা! টোম ডৰি নেৰাকিলে কেলেই। (ভয়ত) হজুৰ। হাম আকে বাবুকো নাহি দেখা (ঘোচা মাৰি) ষ্টুপিড্ ব্ৰুট! টোম কুচ কাম্কা আডমী নাই আছে। (ফক্স গুচি গল) (কান্দি কান্দি, কপাল দেখুৱাই) নচিব, নচিব। ৩৭
পৃষ্ঠা:মহৰী.pdf/৪০
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই