পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৪৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২২
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

১৫ ৷ কিনো মহা ভাগ্যৱতী বিধি বিপৰীত।
 ঈশ্বৰ কৃষ্ণত কৰিলেক এক চিত্ত॥
 দঢ়াইলেক মনত এক শৰণ ভকতি।
 কিমতে জানিলে কৃষ্ণদেৱক সম্প্ৰতি॥

(ভক্তি প্ৰদীপ, ৯২ চাণ্ডালিনী)

১৬। নাম পঞ্চানন   নদে পলাৱত
 পাপদন্তী ভয় ভীত।
 বুলিতে এক  শুনিতে শত নিতৰে
 নাম-ধৰম বিপৰীত॥
 বচনে বুলি ৰাম  ধৰম অজথ কাম
 মুকুতি সুখ সুখে পায়।
 সবকহু পৰম  সুহৃদ হৰি নাম
 ছুটে অন্তকেৰি দায়॥

(বৰগীত, ৮)

⸺⸺

নাম-ধৰ্ম্মৰ উদাৰতা

১ । পৰৰ ধৰ্ম্মক নিহিংসিবা কদাচিত।
 কৰিবা ভূতক দায়া সকৰুণ চিত॥

(ভক্তি প্ৰদীপ, ১৪২)