পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৭৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫২
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

১২। পৰমানন্দ কৰা কৃপা ভৃত্যক সম্প্ৰতি।
 তুনি বিনা নাহি আন গতি॥

(কীৰ্ত্তন ঘোষা, ২৩)

১৩। ইবাৰ কৰুণাময় নকৰা নৈৰাশ।
 ছোড় মায়া কৰা দয়া ভৈলো তযু দাস॥

(কীৰ্ত্তন ঘোষা, ৪৭)

১৪। তোমাৰ অকাম ভৃত্য অমি।
 তুমিও নিষ্কাম মোৰ স্বামী॥
 নাহি কাম আমাৰ অন্যথা।
 নুহি ৰাজ সেৱকৰ যথা॥

(কীৰ্ত্তন, ৪৫২)

————

সখিত্ব

১৫৷ অঙ্গুলিত ফল বাম হাতে লৈয়া গ্ৰাস।
 সুহৃদ শিশুক চাই কৰি পৰিহাস॥
 হসুৱাই সবাকো ভুঞ্জন্ত যদুৰাই।
 দেৱগণে আনন্দে আকাশে আছে চাই॥
 এহিমতে ৰঙ্গ ঢঙ্গ কৰি বিপৰীত।
 ভূঞ্জে শিশুগণে গোবিন্দত দিয়া চিত্ত॥

(দশম, ৪০২-৪০৩)