সততে কৰিয়ো তান শ্ৰৱণ কীৰ্ত্তন। তেবেসে নযাইবা ঘোৰ শমন সদন॥ বোলয় শ্ৰীৰামচন্দ্ৰে কৰিয়া মিনতি। বোলা হৰি হৰি পাইবা হাততে মুকুতি॥২২২
—
পঞ্চতীৰ্থখণ্ড সমাপ্ত।