শ্ৰীশ্ৰীহয়গ্ৰীৱ মাধৱ মহাপ্ৰভুৰ
শ্ৰীশ্ৰীচৰণ-কমল-উদ্দেশে
আন্তৰিক প্ৰেম-প্ৰীতি, শ্ৰদ্ধা আৰু ভক্তিৰে সৈতে এই পুথিখনি ৰচক, লেখক আৰু প্ৰকাশক তিনিৰো ইহ পাৰত্ৰিক মঙ্গলাৰ্থে, প্ৰকাশক কৰ্ত্তৃক
উছৰ্গা কৰা হল।
—