(১১৯)
লম তুলি শত দুঃখ নকৰো আক্ষেপ কৱিতাই হ'ক মোৰ চিৰ লগৰীয়া; উৰুমিৰ বুকুভঙা কৱিতা বনতে সখি বিৰাজিব মাথে৷ এই চিৰ-ব্যৰ্থ হিয়া।