আঘোণৰ কুঁৱলি
আঘোণৰ কুঁৱলি একোকে নেদেখি সিৰ্ সিৰয়া বতাহে কৰেহি আমনি। আই যায় পথাৰলৈ হাতত কাচি লই ধান ডাই আনিব ভৰালত থবলই।
⸻⸻০⸻⸻