পৃষ্ঠা:ভেকোলাৰ সপোন.pdf/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঘন নীলা জিলিকে
 কেনে বিতোপন
 ওচৰলৈ গই
 চুই চাবৰ মন৷
এটি এটি কৰি
 ৰঙৰ পোহাৰ
সূৰুযে আকাশক
 দিছে উপহাৰ৷৷
⸻০⸻

(২১)