ৰামধেনু ৰামধেনুৰ সাতৰঙ বৰ মনোমোহা উজলিছে আকাশত চালে চকুৰোৱা ৰঙা নীলা বেঙুনীয়া আৰু সুমথিৰা সেউজীয়া আছে তাত আৰু হালধীয়া৷