ৰঙৰ কথা সৌৱা কি ৰং চোৱাছোন চোৱা ৰঙা নীলা আৰু ৰঙ সেউজীয়া। ৰঙা আৰু নীলা মিলি হয় বেঙুনীয়া হালধীয়া নীলা মিলি হয় সেউজীয়া। ৰঙাৰ লগত যদি দিয়া হালধীয়া ৰঙ হয় জানা ভাই কমলা কমলা। ⸻০⸻