পৃষ্ঠা:ভেকোলাৰ সপোন.pdf/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বছৰৰ আহ-যাহ

এমাহ দুমাহ মিলি
হয় বাৰ মাহ
বাৰ মাহে এবছৰ
কৰে আহ-যাহ৷

⸻০⸻

(১৪)