পৃষ্ঠা:ভেকোলাৰ সপোন.pdf/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মধুৰী, অমিতা ফল
 দেহলৈ ভাল
 য’তে ত’তে ৰুব পাৰি
 নাই আহুকাল।

 

ঘৰ শুৱনি গছ লতা
 গিয়ানী জনৰ কথা
নিৰ্মল বায়ু দিয়ে
 মনত ৰাখিবা।

⸺⸺o⸺⸺

(১৩)