পৃষ্ঠা:ভেকোলাৰ সপোন.pdf/১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বোলে তই সঁচায়
 মুৰুখ প্ৰাণী,
সেয়েহে তোৰ
 আলায় আথানি।
গৰুৱে ক’লে হাঁহি
 শুন অ’ ঘোৰা,
বেয়া লাগে ভাই
 তই বৰ ভোদা।
দিনে নিশাই কাম কৰ
 নাই আহৰি,
তথাপিও কিয় কৰ
 তই বাহাদুৰি।

(৮)