পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
[ প্রথম অঙ্ক
ভীষ্মৰ শৰ-শয্যা
লোৱাটো বেয়া হব জানো? তোৰ জানে৷ কোনে৷ নাই ?
অ’ হেৰ সৌ কেইটা কোনোৱা আহিছে, কেলৈ আহিছে বা,
আকৌ লগ পাই বা কি কয়। হেৰ হয় হয়, দেখোন হাতত
তৰোৱাল ! হেৰ এতিয়৷ কেনি যাওঁ।
১ম সেনা- ৩য় সেই পিনে যা, মই এইপিনে যাওঁ।
২য় সেনা- তৰোৱাল দেখিয়েই দেখোন তোৰ কঁপনি উঠিল
এই হে বৰ মতা তেও।