এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় দৃশ্য]
৯
ভীষ্মৰ শৰ-শয্যা
আটাইবোৰ সৰি পৰিল নহয়। কোনোৰ হাত ভাগিল, | |
কোনোৰ ভৰি ভাগিল, কোনোৰ নাক ভাগিল ৷ কিনো | |
নহল ঐ– বহুত দিন দৰব-জাতি দিহে ভাল হৈছে । | |
আৰু পাই সিহঁতক এটা এটাকৈ ধৰি ধোপ খেলে। সৰুতেই | |
সিমান বল এতিয়া আৰু চাগৈ বেচিহে হৈছে ! | |
১ম সেনা– | থ পাই, এতিয়া হাবিত ফুৰি ফুৰি আৰু কি আছে ৷ |
থাকিলেও ইমানবোৰৰ আগত কি কৰিব, একো কৰিব | |
নোৱাৰে। আমাৰ সোপা জানো কম-কর্ণকে চাবা নে | |
দুঃশাসনকে চাবা—কাক চাবা? আৰু এটা কথা পাই | |
শুনিছনে সেই বুঢ়াবাপুৰ পিতেক ‘অশ্বত্থামাক সেনাপতি | |
ভাঙ্গি ভীষ্মক সেনাপতি পাতিছে। বুঢ়াক জানো কম | |
বুলিছা বুঢ়াই মোৰ মনেৰে অকলৈ এক নিমিষতে | |
সকলোকে দিহা লগাব — আমি চাই থাকোতেই যাব। | |
২য় সেনা – | তই যি কৱ ক। মই হলে গতি ভাল দেখা নাই। |
মোৰ হলে মনত হৈছে এইবাৰ আৰু আমাৰ ফালে আইধা। | |
সেই গুণেহে বোলো ছোৱালী জনীক মাতষাৰ লগাই | |
আহেঁ৷গৈ বুলিহে ওলাইছোঁ। আকৌ যে দেখিবলৈ পাম | |
তাৰ কি ঠিক ? | |
১ম সেনা— | ইমান ভয় কৰি যুজ কৰিবি আৰু । |
২য় সেনা – | হেৰ ভয় কৰা নাই — যুজলৈ ওলাইছ যেতিয়া, নাই |
মৰিবি, নাই মাৰিবি। এতিয়া যেতিয়া জানিছো, এইবাৰ | |
ৰক্ষা পোৱা টান ; তেন্তে সকলোকে এবাৰ মাত লগাই |