পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৬২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

SACER ভাৰত বুৰঞ্জী উদ্দেশ্য আছিল। বঙ্গদেশত সেই সময়ত শশাঙ্কই মহাপ্রতাপেৰে ৰাজত্ব কৰিছিল। শশাঙ্কক দমন কৰিবৰ কাৰণে মহাৰাজ হৰ্ষ আৰু ভাস্কৰবৰ্ম্মাই মিত্রতা স্থাপন কৰে। ৬৩৯ খৃঃৰ পিছত ভাস্কৰবৰ্ম্মাই গৌড়ৰ ৰাজধানী কর্ণসুবর্ণ জয় কৰে। হৰ্ষৰ মৃত্যুৰ পিছত ভাস্কৰবৰ্ম্মা আৰু পৰাক্ৰনী হৈ উঠিছিল। ৬৫০ খৃঃত এইজন খ্যাতিমন্ত ৰজ৷ স্বৰ্গী হয়।