এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বুটিচ ৰাজদণ্ডৰ তলত ভাৰত ১৭১
| - - শিক্ম-বাণিজ্য ৰিভাগ $--তেওঁ শিল্প-বাণিজ্যৰ উন্নতিৰ | _ নিমিতে নতুনকৈ এটা শিল্প-বাণিজ্য বিভাগ খুলিলে
৷ পুলিচ বিভাগ $--তেওঁ পুলিচ বিভাগৰ অনেক সংস্কাৰ _কৰিলে। ভাৰতায় মানুহ যাতে ওখ খাপৰ পুলিচ বিভাগত
সোমাব পাৰে, তাৰ কাৰণে ডেপুটি চুপাৰ্ণ্টেণ্ডে্টৰ পদ কৰ| হল। ।
প্রাচীনকীত্তিৰ চিনবোৰ ৰখ| আইন ঃ--কাৰ্জ্জনে ভাৰতৰ
-জাচীন কীণ্তিসমূহ দংৰক্ষণৰ কাৰণে এখন আইন জাৰি কৰে আৰু
পত্বতত্ব-বিভাগ প্ৰতিষ্ঠা কৰে।
বঙ্গ-ৰিভাগ 2£--এই সময়ত ভাৰতৰ বহুত ঠাইত, বিশেষকৈ
বঙ্গদেশ আৰু মহাৰাষ্ট্ৰত বিপ্লবী সকলে স্বাঞ্চীনত৷ লাভৰ
কাৰণে তলে তলে সশস্ত্ৰ বিদ্ৰোহৰ আয়োজন কৰিছিল।
বিপ্লকীবোৰে ঠায়ে ঠায়ে চৰকাৰী কৰ্ম্মচাৰীক হত্য। কৰিছিল।