পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

...পৃষ্ঠা ৩৭৩। অনুচ্ছেদ ৩৭১ছ। মিজোৰাম ৰাজ্যৰ সম্বন্ধত বিশেষ উপবন্ধসমূহ। ,,'১৭৪ ৩৭১জ। অৰুণাচল প্ৰদেশ ৰাজ্যৰ সম্বন্ধত বিশেষ উপবন্ধসমূহ। ১৭৪ ৩৭১ঝ। গোৱা ৰাজ্যৰ সম্বন্ধত বিশেষ উপবন্ধ। ১৭৪ ৩৭২। বিদ্যমান বিধি বলবৎ ৰখা আৰু সেইবোৰৰ অনুকূলন। ১৭৫ ৩৭২ক। বিধি অনুকূলন কৰিবৰ বাবে ৰাষ্ট্ৰপতিৰ ক্ষমতা। ১৭৬ কোনো কোনো ক্ষেত্ৰত নিবাৰক নিৰোধত থকা ব্যক্তিৰ সম্বন্ধত ৰাষ্ট্ৰপতি আদেশ দিয়াৰ ক্ষমতা।... ১৭৬ 0981 ফেডাৰেল ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ সম্বন্ধত আৰু ফেডাৰেল ন্যায়ালয়ত বা সপৰিষদ সম্ৰাটৰ আগত বিচাৰাধীন হৈ থকা ন্যায়িক কাৰ্যবাহীৰ সম্বন্ধত উপবন্ধসমূহ। ১৭৬ ৩৭৫। সংবিধানৰ উপবন্ধসমুহৰ অধীনত ন্যায়ালয়, প্ৰাধিকাৰী, আৰু পদাধিকাৰীয়ে কৃত্য কৰিয়েই থাকিব। ৩৭৬। উচ্চ ন্যায়ালৰ ন্যায়াধীশসকলৰ সম্বন্ধে উপবন্ধসমূহ। ১৭৭ ৩৭৭। ভাৰতৰ নিয়ন্ত্ৰক-মহালেখা পৰীক্ষক সম্বন্ধে বিশেষ উপবন্ধসমূহ। ১৭৮ লোক সেৱা আয়োগ সম্বন্ধে উপন্ধসমূহ। ১৭৮ ৩৭৮ক। অন্ধ্ৰ প্ৰদেশ বিধানসভাৰ কালাৱধি সম্বন্ধে বিশেষ উপবন্ধ। ১৭৮ ৩৭৯ - ৩৮৯। [ নিৰসিত ] ৩৯২। অসুবিধাসমূহ দূৰীকৰণৰ বাবে ৰাষ্ট্ৰপতিৰ ক্ষমতা। ১৭৮ -- - ১৭৭ ৩৭৮, ১৭৮ দ্বাবিংশ ভাগ সংক্ষিপ্ত নাম, প্ৰাৰম্ভণি, হিন্দীত প্ৰাধিকৃত পাঠ আৰু নিৰসন। সংক্ষিপ্ত নাম। ৩৯৪। প্ৰাৰম্ভণি। ৩৯৪ক। হিন্দী ভাষাত প্ৰাধিকৃত পাঠ। ৩৯৫।... নিৰসন। ৩৯৩। ১৭৯ ১৭৯ ১৭৯ ১৭৯ অনুসূচীসমূহ ১৮০ ১৮৫ প্ৰথম অনুসূচী ১। ৰাজ্যসমূহ ২। সংঘ ৰাজ্যক্ষেত্ৰসমূহ দ্বিতীয় অনুসূচী ভাগক ৰাষ্ট্ৰপতি আৰু ৰাজ্যসমূহৰ ৰাজ্যপালসকলৰ সম্বন্ধে উপবন্ধাৱলী। ভাগ-খ { নিৰসিত ]

১৮৭

.

১৮৭