পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২২৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২০০ ভাবতব সংবিধান পঞ্চম অনুসূচী - ভাগ-ঘ অনুসূচীৰ সংশোধন ৭ | অনুসূচীৰ সংশোধন -(১) সংসদে সময়ে সময়ে বিধিৰ দ্বাৰা এই অনুসূচীৰ উপবন্ধ সমূহ সংযোগ, পৰিবৰ্তন বা নিৰসন স্বৰ্গে সংশোধন কৰিব পাৰিব আৰু যেতিয়া এই অনুসূচী তেনে ভাবে সংশোধিত হয় এই সংবিধানত থকা এই অনুসূচীৰ উল্লেখ তেনে সংশোধিত অনুসূচীৰ উল্লেখ স্বৰূপে অৰ্থ কৰা হব। (২) এই দফাৰ (১) উপদফাত উল্লিখিত কোনো বিধি অনুচ্ছেদ ৩৬৮ ব প্ৰয়োজনৰ বাবে এই সংবিধান সংশোধন বুলি গণ্য কবা নহব। 2