পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২১১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ১৮৫ প্ৰথম অনুসূচী ২। সংঘ ৰাজ্যক্ষেত্ৰ সমূহ ৰাজ্যক্ষেত্ৰ সমূহ এই সংবিধানৰ প্ৰাৰম্ভণিৰ ঠিক পূৰ্বে দিল্লীৰ মুখ্য আয়ুক্তৰ প্ৰদেশত সমাবিষ্ট ৰাজ্যক্ষেত্ৰ। নাম ১। দিল্লী [ ] [ [২] আন্দামান আৰু নিকোবৰ ] এই সংবিধানৰ প্ৰাৰম্ভনিৰ ঠিক পূৰ্ব্বে মুখ্য আয়ুক্তৰ প্ৰদেশ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত সমাবিষ্ট ৰাজ্যক্ষেত্ৰ। দ্বীপপুঞ্জ [৩] [ লাক্ষাদ্বীপ ৰাজ্য পুনৰ্গঠন অধিনিয়ম,১৯৫৬ ৰ ৬ ধাৰাত বিনিৰ্দিষ্ট ৰাজ্যক্ষেত্ৰ। [ [৪] দাদৰা আৰু নগৰ হাৱেলী ১৯৬১ চনৰ আগষ্টৰ একাদশ দিৱসৰ ঠিক পূৰ্বে স্বতন্ত্ৰ দাদৰা আৰু নগৰ হাৱেলীত সমাবিষ্ট ৰাজ্যক্ষেত্ৰ।] [ [৫] দমন আৰু দিন্ড গোৱা, দমন আৰু দিউ পুনৰ্গঠন অধিনিয়ম ১৯৮৭ৰ ধাৰা ৪ত বিনিৰ্দিষ্ট ৰাজ্য ক্ষেত্ৰসমূহ 1] [[৬] পণ্ডিচেৰী ১৯৬২ চনৰ আগষ্টৰযষ্ঠদশ দিবসৰ ঠিক পূৰ্ব্বে পণ্ডীচেৰী, কাৰিকল, মাহে আৰু আনাম নামে জ্ঞাত আৰু ভাৰতৰ ফৰাচী বসতিত মাৰ্বিষ্ট ৰাজ্যক্ষেত্ৰসমূহ।] ১। হিমাচল প্ৰদেশ ৰাজ্য অধিনিয়ম, ১৯৭০(১৯৭০চনৰ ৫৩ ) ৰ ধাৰা ৪ দ্বাৰা প্ৰবিষ্টি নং ২ “হিমাচল প্ৰদেশ” লোপ কৰা হৈছে (২৫-১-৭১ তাংৰ পৰা)। ২। উত্তৰ-পূৱ অঞ্চল (পুনৰ্গঠন) অধিনিয়ম, ১৯৭১ৰ ধাৰা ৯ (খ)ৰ দ্বাৰা প্ৰবিষ্টি নং২ আৰু ৩ মণিপুৰ আৰু ত্ৰিপুৰা লোপ কৰা হৈছে আৰু ৪ ৰ পৰা ৯লৈ এই প্ৰবিষ্টি সমূহ ক্ৰমে ২ৰ পৰা ৭লৈ পুনঃ অংকিত ৰা হৈছে (২১-১-৭২ তাংৰ পৰা)। ৩। উক্ত অধিনিয়মৰ, ৯ ধাৰাৰ দ্বাৰা প্ৰবিষ্টি সংখ্যা ৪ৰ পৰা ৯ লৈকে ক্ৰমে ২ৰ পৰা ৭লৈ বুলি পুনঃঅংকিত কৰা হৈছে (২১-১-৭২ তাংৰ পৰা)। ৪। লাক্ষাদ্বীপ, মিনিকয় আৰু আমিনদীৱী দ্বীপপুঞ্জ (নাম পৰিৱৰ্ত্তন) অধিনিয়ম, ১৯৭৩ৰ ৫ ধাৰাৰ দ্বাৰা প্ৰতিষ্ঠাপিত (১-১১-৭৩ তাংৰ পৰা)। ৫। সংবিধান (দশম সংশোধন) অধিনিয়ম, ১৯৬১ ২ ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত। ৬। সংবিধান (দ্বাদশ সংশোধন) অধিনিয়ম, ১৯৬২ৰ ২ ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত। ৭। সংবিধান (চতুৰ্দশ সংশোধন) অধিনিয়ম, ১৯৬২ ৩ আৰু ৭ ধৰিাৰ দ্বাৰা অন্তঃস্থাপিত (১৬-৮-৬২ তাংৰ পৰা)।