পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৫১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ত্ৰয়োদশ ভাগ – ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰত বেপাৰ, বাণিজ্য আৰু আদান-প্ৰদান অনুচ্ছেদ ৩০৬ ৩০৭ ৩০৬।[ প্ৰথম অনুসূচীৰ খ ভাগত উল্লিখিত কিছুমান ৰাজ্যৰ বেপাৰবাণিজ্যৰ ওপৰত নিবন্ধন আৰোপ কৰাৰ ক্ষমতা] সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা নিৰসিত। ৩০৭ | অনুচ্ছেদ ৩০১, ৩০২, ৩০৩ আৰু ৩০৪ ৰ প্ৰয়োজনীয়তা সমূহ কাৰ্যান্বিত কৰিবৰ অনুচ্ছেদ ৩০১ ৰ পৰা কাৰণে সংসদে বিধিৰ দ্বাৰা এনেকুৱা প্ৰাধিকাৰী নিযুক্ত কৰিব পাৰে যিটোনেকি সংসদে সমুচিত বুলি অনুচ্ছেদ ৩০৪ লৈ থকা বিবেচনা কৰে, আৰু সেইদৰে নিযুক্ত প্ৰাধিকাৰীৰ ওপৰত এনে ক্ষমতা আৰু এনে কৰ্তব্য অৰ্পণ প্ৰয়োজনীয়তা সমূহ কৰিব পাৰে যিবিলাকনেকি সংসদে আৱশ্যকীয় বুলি ভাবে। কাৰ্যাম্বিত কৰিবৰ কাৰণে প্ৰাধিকাৰীৰ নিযুক্তি।