পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৪৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১৮ ভাৰতৰ সংবিধান দ্বাদশ ভাগ বিত্ত, সম্পত্তি, সংবিদা আৰু বাদসমূহ –অনুচ্ছেদ ২৮৬-২৮৭ ২৮৬ (১) কোনো ৰাজ্যৰ বিধিয়ে, বস্তুৰ ক্ৰয় বা বিক্ৰয়ৰ ওপৰত কৰ আৰোপণ নকৰিব বা কৰ আৰোপণৰ প্ৰাধিকাৰ প্ৰদান নকৰিব যেতিয়ানেকি এই ক্ৰয় বা বিক্ৰয় – বস্তুৰ ক্ৰয় বা বিক্সৰ ওপৰত কৰ আৰোপণ বিষয়ে নিবন্ধন। (ক) ৰাজ্যৰ বাহিৰত হয়; বা (খ) ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰলৈ বা ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ পৰা বাহিৰলৈ বৰ আমদানি অথবা ৰপ্তানি কৰাৰ সময়ত হয়। ১

  • ]

স ok ( (২ খণ্ড (১তি বৰ্ণিত প্ৰকাৰ সমূহৰ যিকোনোটো প্ৰকাৰে কোনো বস্তুৰ বিক্ৰয় বা ক্ৰয় কেতিয়া হয় সেইটো নিৰ্দ্ধাৰণ কৰিবৰ বাবে সংসদে বিধিৰ দ্বাৰা নীতি সূত্ৰিত কৰিব পাৰে। ৩ [ (৩) যেতিয়ানেকি কোনো ৰাজ্যৰ যিকোনো বিধিয়ে (ক) আন্তঃ ৰাজ্যিক বেপাৰ বা বাণিজ্যত সংসদে বিধিৰ দ্বাৰা বিশেষ মহত্বপূৰ্ণ বুলি ঘোষিত কৰা কোনো মালৰ ক্ষয় বা বিক্ৰয়ৰ ওপৰত কোনো কৰ আৰোপণ কৰে বা আবোপণ কৰিবলৈ প্ৰাথিকৃত কৰে; অথবা (খ) মালৰ ক্ৰয় বা বিক্ৰয়ৰ ওপৰত এনে কৰ আৰোপণ কৰে বা আলোপণ কৰিবলৈ প্ৰাধিকৃত কবে যিবিলাক অনুচ্ছেদ ৩৬৬ খ (২৯ ক) ৰ উপখণ্ড (খ), উপঙ্খণ্ড (গ) বা উপখণ্ড (ঘ) ত উল্লিখিত প্ৰকৃতিৰ কৰ হয়। তেতিয়া তেনে কৰৰ উদগ্ৰহণ পদ্ধতি, নিৰিখ আৰু অন্যান্য প্ৰসংগতিৰ সম্বৰূত সেই বিধি এনেকুৱা নিৰ্বজন আৰু চৰ্ত্ত সমূহৰ অধ্যধীন হব যিবিলাকনেকি সংসদে বিধিৰ দ্বাৰা বিনিৰ্দিষ্ট কবি দিয়ে।] ২৮৭ যেতিয়ালৈকে সংসদে বিধিৰ দ্বাৰা অন্যথা উপবন্ধ নকৰে, ৰাজ্যৰ কোনো বিধিয়ে এনে বিদ্যুতৰ (চৰকাৰৰ দ্বাৰা উৎপাদিত হওক বা আন ব্যক্তিৰ দ্বাৰাই উৎপাদিত হওক) বিএম বা ব্যৱহাৰৰ ওপৰত কৰ আৰপণ নকৰিব বা কব আৰোপণৰ প্ৰাধিকাৰ নিদিব। যি বিদ্যুত (ক) ভাৰত চৰকাৰৰ দ্বাৰা ব্যবহৃত হয়, কিম্বা ভাৰত চৰকাৰক সেই চৰকাৰৰ ব্যৱহাৰৰ কাৰণে বিক্ৰী কৰা হয়; ৰা বিদ্যুতৰ ওপৰত কৰ ৰেহাই। (খ) ভাৰত ৰকাৰৰ বা ৰেলওৱে পৰিচালনা কৰা কোনো লেওবে, কোম্পানীৰ দ্বাৰা ৰেলওবেৰ নিৰ্মাণ, পৰিপালন বা পৰিচালনাৰ কামত ব্যবহৃত হয়, কিম্বা সেই চৰকাৰৰ ওচৰত বা তেনে কোনো লেওবেৰ কোম্পানীৰ ওচৰত কোনো লেওবেৰ নিৰ্মাণ, পৰিচালনা বা পৰিপালন কৰাত ব্যবহাৰৰ বাবে বিক্ৰী কৰা হয়। আৰ বিদ্যুত বিক্ৰয়ৰ ওপৰত কৰ আৰোপণকাৰী বা কৰ আৰোপণৰ প্ৰাধিকাৰ প্ৰদানকাৰী এনে কোনো বিধিয়ে এইটো সুনিশ্চিত কৰিব যাতে ভাৰত চৰকাৰৰ ব্যবহাৰৰ কাৰণে উক্ত চৰকাৰৰ ওচৰত বিক্ৰী কৰা বিদ্যুতৰ মূল্য, বা উপৰোক্ত বিধৰ কোনো লেওবে কোম্পানীৰ ওচৰত কোনো ৰেলৱেৰ নিৰ্মাণ, পৰিপালন অথবা পৰিচালনাৰ বাবে বিক্ৰী কৰা বিদ্যুতৰ মূল্য যথেষ্ট পৰিমাণে ব্যবহাৰ কৰা আন গ্ৰাহকৰ পৰা লোবা মূল্যতকৈ কৰৰ পৰিমাণ বাদ দিলে যিমান হয় সিমানেই হব। ১৷ সংবিধান (ষষ্ঠ সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ৪ ধাৰাৰ দ্বাৰা খণ্ড (১) ৰ স্পষ্টীকৰণ লোপ কৰা হৈছে। ২। উক্ত অধিনিয়মৰ ৪ ধাৰাৰ দ্বাৰা মূল খণ্ড (২) আৰু (৩) ৰ পৰিবৰ্তে প্ৰতিষ্ঠাপিত কৰা হৈছে। ৩৷ সংবিধান ( ষটচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৮২ৰ ধাৰা ৩ৰ দ্বাৰা প্ৰতিষ্ঠাপিত।