পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৮৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অ ৫- ৩. ভাগ্যপৰীক্ষা ৭৭ ৩য় দৃশ্য—পানীৰামৰ নতুন ঘৰৰ বৈঠকখানা। { পানীৰাম, সদাগৰ বেশেৰে ধনকন্যা আৰু ভাগ্যকন্যা) পানী-লঘেনে থাকি ৰাহি কৰা সেই সিকিটোৰ পৰা কেনেকৈ ইমান ডাঙৰ কইৰ কাৰবাৰ হৈ উঠিছেগৈ, সেই সোপ! কথা আপোনালোকক শুনলে॥ লে, আপোনালোকে দি যোৱা সেই সীহ, ডোখৰৰ পৰাই কেনেকৈ কি ধন পালে, তাকে। শুনিলে। সেই ধন চাৰিওফালে নানা তৰহৰ কাৰবাৰত মেলি দিনে। যিহতে ধৰিছে, সেয়ে হৈ গৈছে; এতিয়া এই দেশৰ সকলোখিনি ডাঙৰ ডাঙৰ কাৰবাৰ মোৰ হাতই হল। কেউ ফালৰ পৰ', হোৱা-হোৱে নৈ বোৱাদি ধন বৈ আহিছে। এতিয়া আৰু, আপোনালোকৰ ভৰিৰ ধূলাবে, মোৰ কোনো নাটনি নাই। ভং ক-হওক, শুনি ৰ সন্তোষ পালোঁক। ( বিহুৱাৰ প্ৰবেশ } বিহুৱ!--দেউতা! দেউত’! দেউতা পানী-হেৰ, কি হল? বিহু - দেউতা, যি হে হৈছে। মোৰ গোটেই গতি কঁপনি উঠিছে। এই মোনা কি চাওকচোন।!! পানী এই মোনা দেখেন ধন! ক’ত পালি? বিহু-দেউতা, তুহ গুড়িত। তুহ গুড়িত! পানী-~হেৰ কি কৰ? কি তুই গুড়িত পলি? ভালকৈ কচোন। বিহু-চহি5ে কলে যোগে অজি ঘোৰাৰ দানাই নোজাৰে। মই চালে। বোলে। কাইলৈ একেবাৰেই সৰহীয়াকৈ দানা কিনি