পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৫৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাগ্যপৰীক্ষা ৪৯ সু- একো কথা নাই। বাৰু কাইলৈকে অমুকীয়ে কি ধুন দেখুৱাওঁ, দেখুৱাম; পুৱাতে উঠি, আইৰ ঘৰলৈ গুচি ন্যেও যদি, মোৰ নামে কুকুৰ পুহিব। ৰূপে-( অলপ ভাৰি মনতে ইস, কথাষাৰ বেয়া সুৰে গ'ল এক। তাই সচাকৈয়ে মোক এৰি গ'লে, মোৰেহে কলপ; জলপ লাগিব। আকৌ নো এজনী কোনে দিব। ইমানতে এফেৰি কোমল নেকাটিলে নহয়। ( শুনাকৈ) হেৰেই, থং খালিনে কি, নেই? তোৰ আৰু ৰং কৰোতেই খংখন উঠে মই জানে। কিবা জানলৈ নেযাওঁ বুলিছো? 1 সুম—যাওঁ বুলিলেনে মোৰে সৈতে অতখন চুপতি কিহৰ? ৰূপে- জলখনত গুৰা নাই, তই জানে কি নেজান? গুৰা ন’হলে জালৰ খেও মাৰিব পাৰিনে? বোলে। তায় গাঁৱৰ পৰা আহক; দুয়ো গোট খাই কথাটোৰ “পোৰামাছ,” কৰি এটা দিহা কৰিম। পাচে তয়ো আহি ৰেৰোৱাই উঠিলিহি, সেই দেখি ময়ে। দুএষাৰ ৰং কৰিলে। তই আকৌ তাতে লাগিছ! সুম-লোকৰ পেটৰ কথামখা মই আকৌ কেনেকৈ জানিম? বাৰু পাচে গুৰাৰ কি হ’ব এতিয়া? ৰূপে-- তই যা; কাৰ হয় ঘৰৰ পৰা মোক লগতাই গুৰ গোটা- দিয়েক আনি দে। যদি নেপাৱ, ক'ৰ হয় সীহ, এডোখৰকে আনিবি; মই ততালিকে গুৰা কৰি ল'ম। কানিৰ ৰাগী এৰাই, মোৰ গাত গোঁসাই নোহোৱা হৈছে। সৌৱা সখি