পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৪৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অ ২- ৩ ভাগ্যপৰীক্ষা ৩৭ ৩য় দৃশ্য——পানীৰামৰ চোতাল ( পানীৰামৰ প্ৰবেশ ) পানীৰাম–ভা 'বিল' প্ৰভু, ভাল মাৰিল। মোক! হেৰ জেতুকী- মাক কিনে। কৰিছ? ওলাই আহচোন। মাণিকী ( ভিতৰৰপৰা) মাছ গানে। বুলিছিল। দেখি, মই পাচলি এমুঠি কুটিনছে॥ পনি—মাছ খুৱালে ভালকৈয়ে আৰু! হে গোসাই, মোক মৰা পেলাল, মোক মৰা পেলান॥ ( মাণিকীৰ প্ৰবেশ ) মণি—কিনো হ’ল? মাতৃ পেল। হ’বলা? আ’হে পাগুৰি কৰিল কি? পানী কিনে সুধিছ মোৰ জেতুকী-মাক ঐ! মৰিলোঁ। মৰিলোঁ। ঐ, নিগমে মৰিলে।! ধনে মাছে, পা গুৰিয়ে সোপাকে একে থাপতে নিলে, মোৰ কুটুম ঐ, একে অপতে নিলে। মানি — আই! ক'লৈ নিলে হেঁ? পানী-হে কলৈ নিলে কেনেকৈ কম? কেনিবা উড়াই নিলে। শাণি –কিনো কয় আ’! কোলে নিলে? পানী—চিলনীয়ে নিলে, মোৰ জেতুকী-মাক ঐ, চিলনীয়ে নিলে। মাণি—সচনে মিছা? ধেমালি কৰিছা নে কি?