পৃষ্ঠা:ভটিমা.pdf/৯৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
ভটিমা।

ঐসন নৃপতি কবহোঁ নাহি পেখি।
উদয় গিৰিত যৈসে সূৰ্য্যক দেখি॥
সভা ৰঞ্জত যৈসে দেবতা সমাজ।
স্বৰ্গক মধ্যে যৈসে দেবৰাজ॥
এ সব গুণ কহে পশ্চিম মাঝে।
তাহেক শুনল পাৎশা সমাজে॥
উমৰা সবক অ নিয়ে বাত বোল।
এতি বেৰি গাড়াৰা ঘাট মাৰিয়ে তোল॥
পাঠান সকলে যদি বিলাসিত হোই।
ওৱা হোৱা পাৎশা পেথি নাহি কোই॥
যৈসে রাহু গৰাসিত সূৰ।
আৱত পাঠান তেজি নিজ পুৰ॥
পাঠান সকলে কহে গাডাৰা ঘাট মাৰি যাঞু
হাৰাম বাম হাতে ৰুটীয়া খাঞু॥
যুদ্ধ লগাবল আতি বড় টানে।
খেলে ছেদল পলাৱল প্ৰাণ॥
পুনৰপি ওমৰা সকল সব আবে।
গলায়ে পটুকা বান্ধি শৰণ সোমাৱে॥
মূরুখ শঙ্কৰ নজানে সকল।
জয় মল্ল নৃপতিক চৰণ যুগল॥৩৩॥