পৃষ্ঠা:ভটিমা.pdf/৯০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
ভটিমা

ধেনুক অঘ বক কেশী বিনাশি।
ৰাখল অনুদিনে গোকুল বাসী॥
যোহি শকট বিঘটন কাৰী।
কৰত মুকুতি নিত্য সোহি মুৰাৰি॥
গো পদ ৰেণু বিভূষিত অঙ্গ।
কয়লি যোহি ইন্দ্ৰ মখ ভঙ্গ॥
বাম হাতে গিৰি মন্দৰ ধাৰী।
কৰত মুকুতি নিত্য সোহি মুৰাৰি।
কুবলয় কংস বেশী মল্ল মোড়।
মাতু পিতু যোহি বন্ধন ছোড়॥
যোহি যদুকুল পালন কাৰী।
কৰত মুকুতি নিত্য সোহি মুৰাৰি॥
সোহি শূৰ মুৰ নৰক নিবাৰি।
কৰূ লীলা ক্ষিতি ভাৰ উতাৰি॥
ৰিপু যুথপ যোহি কৰূ নিৰযাণ।
সোহি কৰত নিত্য মুকুতি বিধান।
ৰুক্মিণী ৰমণ প্ৰিয়দ বলৰাম।
গোপ ৰমণী জন পূৰণ কাম॥
যাকেৰি নাম পাপ করূ নাশ।
সো হৰি কৰত মুকুতি পৰকাশ॥