এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
ভটিমা।
নাথ তোহাৰ।
চৰণ কমল॥
সুধাৰস আশ।
কৰু মেৰি চিত্ত॥
সাৰঙ্গ নিবাস তুহোঁ জগ বাস।
নকৰ নৈৰাশ॥৷
হামু তেৰি দাসকো দাস।
তোহাৰি গোসাঞী॥
জনমে জনমে ওহি মন কাম।
কহ দীন মাধব দাস তোহাৰি।
সেবক পাল দয়াল॥২৫॥
⸻
জয় জয় কৃষ্ণ কৰহুঁ বহু সেব।
জয় জয় দৈবকী নন্দন দেব |
জয় জয় যোহৰি সত্য স্বৰূপ।
জয় জয় নিৰ্গুণ আতমা ৰূপ॥