পৃষ্ঠা:ভটিমা.pdf/৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
ভটিমা।


জানি হৰি পদ হৃদয়ে ধৰি কহুঁ
 জপহুঁ ৰামক নাম।
মূরুখ মাধব দীন কহয়ী
 ডাকি বোলহু ৰাম ৰাম॥২৪॥


জয় জয় জীব সনাতন শীব।
সুৰাসু দেব কৰু সব সেব॥
 তুহোঁ বিনে কেৱ
 নাহি আন দেৱ॥
 দীন কহুঁ নাথ।
 যোড়ি যোড় হাত॥
 কিছু পৰণাম।
 তুৱা গুণ নাম॥
 আতি অনুপাম।
 নাহিকে উপাম॥
 সোহি মুহে নাম॥
 ৰহু অবিৰাম॥