পৃষ্ঠা:ভটিমা.pdf/৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
ভটিমা।

 প্ৰমত্ত মাতঙ্গ
 বৈসন পতঙ্গ
 নিপাতল অঙ্গ
দশন উপাড়ি প্ৰবেশল ৰঙ্গ॥
 পৰম দুন্দুৰ
 মল্ল চাণুৰ
 কয় মষি মুড়
নিজ জন ভকত ভীতি ভেল দূৰ॥
 যত মল্ল মন্দ
 নিপাতিয়ে কন্ধ
 মিলল আনন্দ
ছোড়ল পাছে পিতাকেৰি বন্ধ॥
 শুন সব লোই
 বচনক মোই
 হৰি বিনে কোই
ইহ সংসাৰে সুহৃদ নাহি হোই॥
 কৃষ্ণক নাট
 পাপ উতপাত
 কয় চিত্ত দাট
শুন ইচ্ছা যাইতে বৈকুণ্ঠক বাট॥