পৃষ্ঠা:ভটিমা.pdf/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
ভটিমা।

শ্ৰীজগতানন্দ দলপতি জান।
হৰিকো পদ-পঙ্কজ ভজ মান॥
কৰাৱত নাট ওহি বহু ছন্দে।
কৃষ্ণক ভকতি কৰিতে প্ৰবন্ধে॥
পৰিজাত-হৰণ আহে নাম।
শুন বুধজন মন কয় উপশাম॥
কলিযুগ মধ্যে ধৰম ওৰি সাৰ।
নাহি নাহি গতি জানব আৰ॥
কলি কলি দেখু একাকাৰ।
পাপ পুণ্য কিছু নাহি বিচাৰ॥
মলমতি লোক অবহুঁ নাহি জানি।
নাহি নাহি গতি বিনে সাৰঙ্গ পাণি॥
ভজ হৰি চৰণে ছোড় সব আশ।
হৰি নামে কৰু সুদৃঢ় বিশ্বাস॥
ধৰমক উপৰি ৰাজা নাম।
কৃষ্ণ-কিঙ্কৰে কহে বোল ৰাম ৰাম॥১৫॥