পৃষ্ঠা:ভটিমা.pdf/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
ভটিমা।

জয় জয় তুহুঁ ত্ৰিভুবন অনুপাম।
জয় জয় নিজ জন পূৰণ কাম॥
জয় জয় মুষ্টিক মোড়ণ ৰাম।
জয় জয় পাতক তাৰক নাম॥
তোহাৰি মায়া মোহিত অন্ধ।
কয়লোঁ যুদ্ধ দেৱ হামু মন্দ॥
সব অপৰাধ সহবি অব মোই।
চৰণে শৰণ লেলোঁ অব তোই॥
ওহি ইন্দ্ৰ পদ আপদ ঘোৰ।
দূৰ কৰহ হৰি কুমতি মোৰ॥
মাগব ভিক্ষা পৰিধান কন্থা।
ধৰবো তোহাৰি ভকতি পন্থা॥ ১৪॥

জয় জয় জগজন জীবন মুৰাৰি।
কংস কেশী বক অঘ অন্তকাৰী॥
সো ব্যাপক বিভু ব্ৰহ্ম অবিকাৰী।
ভুকুত্তি মুকুতি নিত কৰতু তোহাৰি॥