পৃষ্ঠা:ভটিমা.pdf/২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫
ভটিমা

যোহি বিষ-হ্ৰদে বাহু আস্ফালি।
কক্ষ কৌতুক নৃত্য কালী নিকালি॥
গোকুল ৰাখ বহ্নি করু পান।
সোহি কৰভু নিত মুকুতি বিধান॥
শ্ৰীৰাম ৰায় ভকতি সুজান।
কৰাৱত কৃষ্ণ বাট নিৰমান॥
ৰুক্মিণী হৰণ নাম পৰধান৷
কৃষ্ণ কিঙ্কৰ ওহি শঙ্কৰ ভাণ॥
শুন শুন সাধু সভাসদ লোই।
মুরুখক দোষ ধৰবি নাহি কোই॥
হৃদি মাধৱ মতি যোহি মোহি দিলা।
সোহি অনুৰূপ কৰল হৰি-লীলা॥
যাহে যাইতে ইচ্ছা কৈকুণ্ঠক বাট।
শুন সাৱধান কৰিয়ে কৃষ্ণ নাট॥
প্ৰথম বন্ধু হৰি-চৰিত বিনাই।
নাই নাই গতি কলিত লোকাই॥
অবহু নজান শাস্ত্ৰক মৰ্ম্ম।
নামত শৰণ লেলহু সব ধৰ্ম্ম॥
কলি-মন-মথন পৰম হৰিনাম।
জানিহ সেহি নৰ বোল ৰাম ৰাম॥ ১০॥