পৃষ্ঠা:ভটিমা.pdf/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
ভটিমা।

হামাকু কুণ্ডিন নগৰী অনুপাম।
আছে কন্যা এক ৰুকমিণী নাম॥
ভীষ্মক-ৰাজ-নন্দিনী বৰবালা।
বাঢ়য় নব জিনি চান্দক কলা॥
কি কহব ৰমণীক ৰূপ প্ৰচুৰ।
বদনক হেৰি চান্দ ভেল দূৰ॥
নয়নক পেখি পাই বড়ি লাজ।
কৰল ঝম্প কমল জল মাঝ॥
বন্ধুলি অধিক অধৰ করু কান্তি।
ওতিম মোতিম দশনক পান্তি।৷
সুবলিত ভুজ যুগ ৰতন মোলান।
উৰু কৰিকৰ কাটি ডমৰুক ঠান॥
নৱ পল্লৱ রুচি পদযুগ শোহে।
পেখিয়ে সুৰনৰ মুনি-মন মোহে॥
বাণী অমিয়া ৰস গুণে নহে হীন।
ৰাজ-কুমাৰীকো বয়স নবীন॥
কতলু যতনে বিধি কয় নিৰমাণ।
সো কন্যা হয় তোহাৰি সমান॥
কহলোঁ স্বৰূপ অব বচন বিচাৰি।
হেলৱয় গৃহিণী যদি রুকমিণী নাৰী॥

(৩)