পৃষ্ঠা:ভটিমা.pdf/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
ভটিমা।

শ্ৰীৰাম ৰায় হৰিক পৰম
 ভকতি ৰসিক সুজান।
কেলি গোপালক কৰাৱত নাটক
 কৃষ্ণ কিঙ্কৰ ওহি ভান॥
শুনহ বুধ জন নাহি নিন্দব
 মোহি নাহি দোষ বখান।
যোহি সোহি বাণী হৰি গুণ মিশ্ৰিত
 মুকুতি মিলাৱত জান॥
দেৱক দুৰ্ল্লভ ভাৰতে নৰ-তনু
 হৰি বিনে বিফলহি যাই।
ওহি জনম চিন্তামণি কৈসে
 বেচহু কাচক লাই॥
ওহি সংসাৰ সাৰ নাহি হেৰব
 হৰিক বিনে গুণ নাম।
নিস্তৰ নিস্তৰ লোক নিৰন্তৰ
 ডাকি বোলহু ৰাম ৰাম॥৬॥