পৃষ্ঠা:ভটিমা.pdf/১০০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
ভটিমা।

হামু সমে যুদ্ধ কৰত কুচি।
নৰপতি কংস হৱে তব খুশি॥
কহত গোপাল তুমহি বড়িলাল।
পেখ লাড়িকা হামু গোপ ছাৱাল॥
সমান বয়সে বৃদ্ধ কৰত যুলি।
শুনিয়ে চাণুৰ মাতে বাহু তুলি॥
তুমহি কিয়ে কুবলৱ অন্তা।
কুচ ছাৱাল বড়হি বলীয়ন্তা॥
এহেন্তে ৰাম বড়হি বলিয়াৰ।
মুষ্টিক সমে কৰ মল্ল বিহাৰ॥
মল্ল শিৰোমণি রাম কাহ্লাই।
দ্বন্দ্ব যুদ্ধ মল্ল বিচে বনাই॥
না না বন্ধ ধৰলহি বহুমাল।
সব উতাৰিয়ে তাসু কিয়ে কাল॥
পেখিয়ে কুট আৱলি তাকু ধাই।
মালি ৰাম বাম মুষ্টি উঠাই॥
সল্ল তোসল্ল দুহুঁ যোপে ধাই।
মাৰলি গোপালসে লাথ ভেজাই॥
জয় জয় কৃষ্ণ ঘোষত সব লোক।
পাৱত ৰাজা বহুত ভয় শোক॥