আয়ুৰ্বেদ শাস্ত্ৰৰ সহায় নিশ্চয় পোৱা যাব; কাৰণ ভজা, পোৰা, খবিকা
দিয়া আৰু ঘাইকৈ মছলাৰ বলত মাছ-মঙহৰ প্ৰত্যেকটোৰে একো
কালাপাহাৰ হৈ আমাৰ পেটব জীৰ্ণ মন্দিৰবোৰ ভাঙি-ছিঙি তা
অজীৰ্ণৰ দৰবাৰ বহুৱাব লাগিছে।”
“বিলাতব মানুহৰ এশ জনৰ ভিতৰত ৭৫ জনৰ দাঁত বেয়া; আ
সেই দেখি বন্ধোৱা দাঁতেবেই এধা-সিজা মঙহ তেওঁলোকে চোবায়
তাৰ “পুলিচমনে” অৰ্থাৎ কটোৱালবোৰ বৰ ধোদোঙা ; আমাৰ দেশ
ফৰিং কনিষ্টবল যেন নহয়। তাৰ উপৰি সিহঁত বৰ ভদ্ৰ। বাট
ফুৰা মানুহক সিহঁতে বৰ সহায় কৰে । তাত মই ভাৱনা চাবলৈবে
গৈছিলোঁ, নাচো দেখিলোঁ। নট আৰু নটীবোৰৰ পিন্ধা কাপো।
কানিব বিপৰ্য্যয় ববকৈ মোৰ চকুত পৰিল। সিহঁতৰ কাপোৰ পিন্ধা
গঢ় দেখিলে আমাব গাৱঁব আলতী বাইহঁতে কিজানি সিহঁত
নাঙঠাকে বুলিব।”
মই ক'লো-“চুপ। তই স্বৰ্গলৈ গৈছিলিনে?” সি ক'লে-
‘‘নাই যোৱা ।" মই ক'লো—“মই গৈছিলোঁ । তাত দেখি আহিছো
উৰ্ব্বশী মেনকাব কাপোৰ প্ৰায় তথৈৱচ। এতেকে স্বৰ্গৰ বিদ্যাধৰ
সকলৰ এনেকুৱাই কাণ্ড-কাৰখানা। তাত মায়া দেখিব নাপায় আ
আমি নৰ-মনিচব কথা তাত নচলে। আৰু কি দেখিলি ক।"
সি কলে—"বাউও টেবোল্ মানে যদি ঘূৰণীয়া মেজ হয়, সেইখ
মই নেদেখিলোঁ। মেলুৱাইসকলে ঘেৰি বহা মেজখন ঘোঁৰাব টাবটে
যেনহে। বোধকৰোঁ সি ঘূৰণীৰা হ’বলৈ যাওঁতেই জাবত ঠেবে।
লাগি গোট মাৰিলে। যি হওক, তাবে কাষে কাষে বহি শাস্ত্ৰী, ছাপ্ৰ