কওঁ। সেই বিলাত-প্ৰৱাসী ভাবতীৰ মেলুৱাকলে যিহকে কথন-মথন
কবক, তেওঁলোকৰ কথা ভাবতব সৰ্ব্বসাধাৰণে শুনিব বুলি মোৰ মনে
নধবে। তেওঁলোকক ভাৰতৰ সৰ্বসাধাৰণে নিজ প্ৰতিনিধি পাতি
পঠিওৱা নাই। ভাৰতব প্ৰতিনিধিসকল ববফাটেকৰ ভিতবত, আৰু
সেইসকলৰ এজনো এই মেলত নাই। এতেকে বিলাতব মেলত
মেলুৱৈসকলে গোৱা-বোৱাবোব খোলাকুটিৰ তাল হ’ব। আৰু বিলাতী-
সকলে মুখব মহল যিমানকে মাবক, কাৰ্য্যত তেওঁলোকক জমিদাবীব
বস্তি, ফবিঙতি আৰু ৰুপিত মাটিৰ সূচ্যগ্ৰ-পৰিমিতো সহজে ভাৰতক
এবি নিদিয়ে। যদি কিবা দিয়েও, তাক সোঁহাতে দি বাওঁহাতে কাঢ়ি
নিব।”
মই ক'লো-“তই বৰকৈ কেপকেপাইছ, বিলাতব বাভও টেবো- লব মেলত মুখব মহলা মাবি থকাবোৰক দেখি তয়ো মুখৰ মহলা সাবিবলৈ শিকি আহিছ, আৰু এই অতি অলপ কালৰ ভিতৰতে। টেমছ নৈব পানী আমাব গঙ্গা-ব্ৰহ্মপুত্ৰৰ পানীতকৈ ভাই দেখিছোঁ। বাৰু যা আজিলৈ শুই থাকগৈ। নোবো হামি আহিছে, ময়ো বাগব এটা মাবোঁগৈ।”
"ফেবাব আচামী" ভাৱব বুুুৰ্বুুৰণি তিনিটাৰ দ্বিতীয়টোও বৰা পাৰিল৷ সি ইটালী পাইছিলগৈ৷ তাক তাৰপবা ধৰি-বান্ধি অনা হৈছে৷ এই মাজু বুৰ্বুৰণি বব অঘাইটং ইমান দেশ থাকেঁতে পাকতে সি ইটালী ওলালগৈ ৷ মই তাক কলোঁ― " হেৰৌ বাঘে খোৱা৷ তই যে ইটালী পাইছিলগৈ কিয়? আৰু কেনেকৈ গলি?" সি গপগপকৈ